অর্থ : পৰোক্ষ ৰূপত কাৰোবাক শুনাবৰ কাৰণে জোৰেৰে কোনো ব্যঙ্গাত্মক কথা কোৱা
উদাহরণ :
তেওঁ ্ঠাট্টা কৰা অভ্যাসৰ পৰা আঁতৰি নাহে
সমার্থক : ঠাট্টা কৰা, বিদ্রূপ কৰা
অর্থ : কাৰোবাক আমনি, দুখী বা নীচ বুলি প্রতিপন্ন কৰাৰ কাৰণে কোৱা কোনো কথা যাক স্পষ্টভাৱে নকʼলেও উক্ত ধৰণৰ অভিপ্রায় প্রকাশ পায়
উদাহরণ :
মোহনৰ কৃপণালিক শ্যামে ব্যঙ্গ কৰিলে
সমার্থক : ঠাট্টা কৰা