সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সন্ন্যাস আশ্রমত থকা বা তাৰ নিয়ম পালন কৰা ব্যক্তি
উদাহরণ : চিত্রকূটত মই এজন ডাঙৰ সন্ন্যাসীক লগ পালো
সমার্থক : সন্ত, সন্ন্যাসী, সাধু
অর্থ : যি সাংসাৰিক বস্তু তথা সুখৰ প্রতি ৰাগ অথবা আসক্তি একেবাৰে এৰি দিছে
উদাহরণ : জৰা, মৃত্যু আদি দেখাৰ পিছতহে ভগৱান বুদ্ধ সংসাৰৰ প্রতি বিৰক্ত হʼল
সমার্থক : বিমুখ, বিৰক্ত, বিৰাগ, সন্যাসী
ইনস্টল