অর্থ : বহাৰ স্থান
উদাহরণ :
বৈঠকখানা সম্পূর্ণৰূপে ভৰি আছিল
অর্থ : বিশিষ্ট ব্যক্তিক বহাবৰ কাৰণে আৰু মানুহক লগ কৰিবৰ কাৰণে ঘৰৰ সন্মুখৰফালে থকা কোঠা
উদাহরণ :
চʼৰাঘৰত আপোনালৈ অপেক্ষা কৰি থকা হৈছে
সমার্থক : অতিথি-কোঠা, চʼৰাঘৰ