অর্থ : পোন বা সৰল নোহোৱা অৱস্থা বা ভাব
উদাহরণ :
মেকানিকটোৱে তাঁৰডালৰ বেঁ্কাখিনি আঁতৰ কৰি আছে
সমার্থক : বক্রতা
অর্থ : যিহৰ মাজ অংশ ইফালে-সিফালে ঢাল খোৱা বা সোমাই যোৱা
উদাহরণ :
এই মন্দিৰলৈ যোৱা ৰাস্তাটো অকোৱা-পকোৱা
সমার্থক : অকোৱা-পকোৱা, একা-বেঁ্কা, কেঁ্কোৰা, টেৰা-বেঁ্কা, পকীয়া, বক্র, বেঁকোৰা, ভঁজুৱা, ভেমেচা, মেচ থকা