অর্থ : আশ্চর্য্য উৎপন্ন ্কৰা বস্তু
উদাহরণ :
তাজমহল বিশ্বৰ সাতটা আশ্চর্য্য ভিতৰত অন্যতম
সমার্থক : আশ্চর্য্য
অর্থ : কোনো নতুন, অদ্ভূত বা অসাধাৰণ বিষয় দেখিলে, শুনিলে বা ধ্যান দিলে উৎপন্ন হোৱা মনৰ অৱস্থা
উদাহরণ :
মোক হঠাৎ দেখি ্ তেওঁ ্ অবাক হʼল
সমার্থক : অবাক, আচৰিত হোৱা-, আশ্বর্য, আশ্বর্য্য, চমক, বিচূর্ত্তি