অর্থ : যিটো সদৃশ নহয় বা এটা আনটোৰ লগত নিমিলে
উদাহরণ :
সকলো ধর্মৰে ্ মার্গ বেলেগ বেলেগ হʼলেও লক্ষ্য একেই
সমার্থক : অনেক প্রকাৰ, অনেক ৰকম, অনেকবিধ, অমিল, না না, নানা, নানা প্রকাৰ, নানাতৰহ, নানান, নানাপ্রকাৰ, নানাবিধ, পৃথক, বহু প্রকাৰ, বহু ৰকম, বহুবিধ, বিবিধ, বিবিধপ্রকাৰ, বেলেগ বেলেগ, ভিন্ন, হৰেকৰকম