সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ধ্বংস কৰা ব্যক্তি
উদাহরণ : শিৱক সৃষ্টিৰ বিনাশক বুলি কোৱা হয়
সমার্থক : ধ্বংসকাৰী, নাশী, বিনাশক, সংহাৰক
অর্থ : যিটো নষ্ট হৈ যায়
উদাহরণ : এই দেহা নশ্বৰ
সমার্থক : অনিত্য, অশাশ্বত, ক্ষয়শীল, নশ্বৰ, ভঙ্গুৰ
অর্থ : যি নাশ কৰে
উদাহরণ : কৃষকে খেতিপথাৰত কীট-নাশক ঔষধ ছটিয়াই আছে
সমার্থক : নাশক, বিনাশক
অর্থ : যি নাশ বা ধ্বংসৰ যোগ্য
উদাহরণ : বিনাশশীল বস্তুক যিমানেই সাৱধানে নৰখা কিয়, এদিন সি নাশ হʼবই
সমার্থক : ধ্বংসনীয়, নাশশীল, বিনাশশীল
ইনস্টল