অর্থ : কাৰোবাৰ কোনো কাম দেখি কোনো কথা কৈ বাধা দিয়া বা তেওঁৰ সৈতে কোনোধৰণৰ সোধ-পোছ কৰা
উদাহরণ :
শিক্ষকে শিক্ষার্থীসকলৰ বেয়া হাতৰ আখৰ দেখি ্তেওঁলোকক বাধা দিলে
অর্থ : বাধা প্ৰদান কৰা কাৰ্য
উদাহরণ :
ৰমাৰ শাহুৱেকে তাইৰ প্ৰতিটো কামতে হাক দিয়ে
সমার্থক : হকা-বধা কৰা, হাক দিয়া
অর্থ : ৰোধ কৰিবলৈ বা ৰখাবলৈ কাম কৰা
উদাহরণ :
মাধৱে সকলো কামতে গোলমাল লগায়
সমার্থক : খেলিমেলি লগোৱা, গোলমাল লগোৱা, হস্তক্ষেপ কৰা, হেঙাৰ হোৱা