সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো কার্য, ব্যৱস্থা আদিৰ সঞ্চালনা কৰা কার্য
উদাহরণ : ঝান্সীৰ ৰজাৰ মৃত্যুৰ পিছত ৰাণী লক্ষ্মীবাঈয়ে ৰাজ্যৰ বাঘজৰী নিজৰ হাতলৈ আনিছিল
অর্থ : ঘোৰাৰ মুখত লগোৱা এক উপকৰণ, যাৰ দুয়োফালে ৰচি বা চামৰাৰ পট্টি লগোৱা থাকে
উদাহরণ : অশ্বাৰোহীজনে ঘোঁৰাৰ লেকামত ধৰি খোজ কাঢ়ি গৈ আছিল
সমার্থক : বল্পা, বাঘডোৰ, লাগাম, লেকাম, লেগাম
ইনস্টল