অর্থ : ভৰিক নির্ভৰ নকৰাকৈ আৰাম কৰা এক স্থিতি:আলহীসকল চʼৰাঘৰত বহিছে
উদাহরণ :
সমার্থক : আসন গ্রহণ কৰা, আসন লোৱা, উপবেশন কৰা, বহা
অর্থ : বিনা কামত থকা বা কর্মহীনভাৱে থকা
উদাহরণ :
আচার্য ্উপাধি পোৱাৰ পিছতো মনোজ বহি আছে