সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো বস্তু মেৰিয়াই বান্ধিবৰ কাৰণে বিশেষ ধৰণৰ কাপোৰ বা প্লাষ্টিক আদিৰে তৈয়াৰ কৰা দীঘল ৰছী
উদাহরণ : ফ্রক চোলাটোত লগোৱা ৰঙীণ আৰু চিকমিকীয়া ফিটাডাল ধুনীয়া লাগিছে
সমার্থক : ৰিবন
অর্থ : দূৰত্ব জোখা এক মাপক
উদাহরণ : তেওঁ ফিটাৰে পথটো জুখি আছে
সমার্থক : টেপ
অর্থ : যাৰ জৰিয়তে কোনো বস্তু বন্ধা হয়
উদাহরণ : তেওঁ এতিয়ালৈকে জোতাৰ ফিটা বান্ধিব নাজানে
ইনস্টল