সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বনস্পতিত থকা মঙহ বা বীজেৰে ভৰপূৰ বীজকোষ, যি কোনো বিশিষ্ট ঋতুত ফুল হোৱাৰ পিছত উৎপন্ন হয়
উদাহরণ : তেওঁ ফলৰ ্ দোকানৰ পৰা এক কিলো আম কিনিলে
সমার্থক : ফলমূল
অর্থ : কোনো কামৰ অন্তত তাৰ ফলস্বৰূপে হʼবলগীয়া কার্য ্ বা ঘটনা
উদাহরণ : তেওঁৰ ্ কামৰ পৰিণাম বৰ বেয়া হʼল
সমার্থক : প্রতিফল, পৰিণতি, পৰিণাম, ফলশ্রুতি, ফলাফল, সুফল
অর্থ : কিহবাৰ অন্তত তাৰ পৰিণাম স্বৰূপে হোৱা
উদাহরণ : ধুমপানৰ প্ৰতিফল হৈছে কেন্সাৰ বেমাৰ
সমার্থক : প্ৰতিফল
ইনস্টল