অর্থ : এজন এজন কৰি সকলোৰে সন্মুখত উপস্থিত কৰা
উদাহরণ :
ৰামুৱে মজলিচত পাণ বিলাই আছিল
সমার্থক : বিলোৱা
অর্থ : আহাৰ সন্মুখত ৰখা
উদাহরণ :
তেওঁ লʼৰা-ছোৱালীৰ কাৰণে বিভিন্ন ধৰণৰ আহাৰ পৰিৱেশন কৰিলে
সমার্থক : সজোৱা