সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : একেখন ঘৰৰে মানুহ
উদাহরণ : মোৰ পৰিয়ালৰ সকলোৱে একেলগে বহি খোৱা-বোৱা কৰে
সমার্থক : আত্মীয়, ঘৰ, পৰিজন, পৰিবাৰ
অর্থ : পিতৃ-মাতৃ আৰু সন্তানক লৈ গঠিত প্রার্থমিক সামাজিক একক
উদাহরণ : চাকৰি পোৱাৰ পিছতেই তেওঁ নিজৰ মাক-দেউতাকক পাহৰি কেৱল নিজৰ পৰিয়ালৰ ওপৰত ধ্যান দিবলৈ ধৰিলে কৃষকজনে নিজৰ পুতেকহঁতক নিজৰ নিজৰ পৰিয়ালৰ ভাৰ উঠাবলৈ কʼলে
ইনস্টল