সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো বিশেষ দল বা শ্রেণীৰ সকলো লোকে পৰিধান কৰিবৰ কাৰণে নি্র্ধাৰিত কৰি দিয়া একে ৰঙৰ কাপোৰ বিশেষ
উদাহরণ : ভাৰতবর্ষত পুলিচে খাকী পোছাক পৰিধান কৰে
সমার্থক : ইউনি্ফর্ম, পোছাক
অর্থ : পিন্ধা কাপোৰ
উদাহরণ : আজি বিদ্যালয়ত সকলোৱে পৰম্পৰাগত পোচাক পৰিধান কৰিছে
সমার্থক : কাপোৰ-কানি, পোচাক, পোচাক-পৰিচ্ছদ, বসন-ভূষণ, বস্ত্র, বেশ-ভূষা, সাজ-পাৰ, সাজ-পোচাক, সাজপাৰ
ইনস্টল