সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিজন ব্যক্তিয়ে বাছত টিকট দি ভাৰা আদায় কৰে
উদাহরণ : কনডাক্টৰে বাছত বহি থকা যাত্রীসকলৰ টিকট কাটি আছে
সমার্থক : কনডাক্টৰ
অর্থ : যিজনে কোনো কামৰ পৰিচালনা কৰে বা গতি দিয়ে
উদাহরণ : মোৰ খুৰা এই কোম্পানীটোৰ সঞ্চালক
সমার্থক : সঞ্চালক
ইনস্টল