সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোৱা আৰু লিখাত ব্যৱহাৰ কৰা একধৰণৰ প্রাচীন ভাষা
উদাহরণ : কিছুমান লোকে হিন্দীৰ উৎপত্তি প্রাকৃতৰ পৰা হোৱা বুলি অভিমত প্রকাশ কৰিছে
সমার্থক : প্রাকৃত ভাষা
অর্থ : স্বভাৱতে বা নিজে নিজে হোৱা
উদাহরণ : আনৰ দুখ দেখি দুখী হোৱাটো স্বাভাৱিক প্রতিক্রিয়া
সমার্থক : অকৃত্রিম, নৈসর্গিক, প্রাকৃতিক, সহজ, স্বভাৱগত, স্বভাৱজাত, স্বাভাৱিক
ইনস্টল