সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ফুলা বা বিকশিত হোৱা
উদাহরণ : প্রস্ফুটিত পদুমফুলখিনিয়ে গোটেই পুখুৰীটোৰ শোভাবর্ধন কৰি আছে
অর্থ : যিটো ফুলেৰে যুক্ত
উদাহরণ : সীতাৰ সৰু বাগিছাখন প্রস্ফুটিত ফুলেৰে জকমকাই আছে
সমার্থক : কুসুমিত, পুষ্পবান, পুষ্পিত, ফুলন্ত, মঞ্জৰিত
ইনস্টল