সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ৰাসায়নিক প্রক্রিয়াৰে তৈয়াৰ কৰা ঘা আদিত লগোৱা এবিধ গাঢ় ঔষধ
উদাহরণ : চিকিৎসকে ঘা-ডোখৰত মলম লগাই বেণ্ডেজ লগাই দিলে
সমার্থক : বিলেপ, মলম
অর্থ : কোনো বস্তুৰ পৃষ্ঠ ভাগত অন্য কোনো বস্তু সনা কার্য
উদাহরণ : কুমাৰে টেকেলিটোত মাটিৰ প্রলেপ লগাই আছে
সমার্থক : লেও, লেপন
ইনস্টল