অর্থ : কাৰোবাৰ মনত লালসা উপজাকৈ কৰা কাম
উদাহরণ :
দীপিকাই নিজৰ ভায়েকক চকলেট দেখুৱাই প্রলুব্ধ কৰি আছে
সমার্থক : লুব্ধ কৰা
অর্থ : কাৰোবাক কিবা দেখুৱাই সেইটো পাবৰ কাৰণে অধীৰ কৰা
উদাহরণ :
সাধাৰণতে ডাঙৰে সৰু লʼৰা-ছোৱালীক ওচৰলৈ মাতিবৰ কাৰণে
সমার্থক : প্রলোভিত কৰা, লুব্ধ কৰা