অর্থ : কোনো মূলানুগত সত্যৰ আধাৰত প্রমাণিত কৰিবৰ কাৰণে লোৱা সিদ্ধান্ত
উদাহরণ :
তেওঁৰ গৱেষণা কর্মৰ সৈতে সম্বন্ধিত ১২০টা প্রমেয় আছে
অর্থ : যি প্রমাণৰ বিষয় হʼব পাৰে
উদাহরণ :
প্রমেয় বস্তুবোৰক সযতনে ৰখাটো আৱশ্যকীয়
অর্থ : যি জুখিব পাৰি
উদাহরণ :
তেওঁ প্রমেয় পদার্থৰ সূচী তৈয়াৰ কৰিলে
অর্থ : যি সিদ্ধ কৰিব লাগে
উদাহরণ :
গণিতজ্ঞই প্রমেয় সূত্রবোৰ বুজালে