অর্থ : যাৰ সত্যাসত্য নিৰূপণ কৰা হৈছে
উদাহরণ :
আবেদন পত্রৰ লগত চৰিত্রৰ প্রমাণিত প্রতিলিপি এখন সংলগ্ন কৰক
অর্থ : যাৰ বিষয়ে সকলো ঠিকে আছে বুলি মানি লোৱা হয়
উদাহরণ :
এইখিনি প্রামাণিক বীজ তহচিলদাৰ পৰা তেওঁ নিজ গৃহৰ প্রমাণ-পত্র প্রমাণিত কৰিলে
সমার্থক : প্রামাণিক
অর্থ : তর্ক ্বা প্রমাণেৰে সঠিক বুলি মানি লোৱা
উদাহরণ :
ৰামে নিজে নিজকে নির্দোষ বুলি প্রমাণিত কৰিবৰ কাৰণে বহুত কষ্ট কৰিলে
সমার্থক : সিদ্ধ