অর্থ : যি উন্নতিৰ পথত অগ্রগৰ হৈছে বা উন্নতি কৰিছে
উদাহরণ :
ভাৰত এখন প্রগতিশীল ৰাষ্ট্র
সমার্থক : অভ্যুত্থায়ী, উত্থানশীল, উন্নতশীল, উন্নতিকামী, উন্নতিশীল, উন্নয়নশীল, বিকাশশীল, ্ঊর্ধ্বগ্ামী
অর্থ : প্রগতি কৰা লোক
উদাহরণ :
প্রগতিশীল লোকে সমস্যাৰ সৈতে যুঁজি যুঁজি প্রগতিৰ পথত অগ্রসৰ হয়
সমার্থক : প্রগতি কৰোতা, প্রগতিবাদী