অর্থ : কোনো কথা আদি ব্যক্ত কৰা কার্য
উদাহরণ :
তেওঁ নিজৰ বিচাৰধাৰাক প্রকাশ কৰিলে
সমার্থক : অভিব্যক্ত কৰা, অভিব্যক্তি কৰা, প্রকট কৰা
অর্থ : সুন্দৰ আৰু শৃংখলিতভাৱে উপস্থাপন কৰা কাৰ্য
উদাহরণ :
তেখেতে নিজৰ অনুভূতিখিনি শব্দত ব্যক্ত কৰিলে
সমার্থক : ব্যক্ত কৰা