অর্থ : কোনো বস্তুৰ চাৰিভাগৰ এভাগ
উদাহরণ :
ইয়াৰ ওজন এপোৱা
সমার্থক : এক চতুর্থাংশ, এপোৱা, পঁচিশ শতাংশ, ২৫ শতাংশ
অর্থ : সমান অৱস্থাত উপনীত হোৱা অৱস্থা
উদাহরণ :
তুমি নিজৰ ককাইদেউৰ বিদ্বানতা কেতিয়াও নোপোৱা
অর্থ : কোনা প্রতিযোগিতা, পৰীক্ষা আদিত কোনো মূল্যাঙ্কন, স্থান আদি লাভ কৰা
উদাহরণ :
এই খেলত মই প্রথম স্থান লাভ কৰিলোঁ
সমার্থক : লাভ কৰা
অর্থ : কোনো পদ, স্থান আদিলৈকে আহি পোৱা
উদাহরণ :
নিজৰ কষ্টৰ বলত ্তেওঁ ই্মানখিনিলৈকে পালেহি
অর্থ : কোনো খবৰ ৰখা বা বুজি পোৱাত সমর্থ ্হোৱা
উদাহরণ :
অন্ততঃ মই এই সিদ্ধান্তত পালোঁহি
সমার্থক : উপনীত হোৱা
অর্থ : প্রাপ্ত হোৱা বা পোৱা কার্য
উদাহরণ :
তেওঁৰ ্ হেৰুৱা বস্তুটো পালেনে নাই মই বহুত ধন লাভ কৰিলো
সমার্থক : প্রাপ্তি ঘটা, লাভ কৰা
অর্থ : পৰি থকা বস্তু উঠোৱা
উদাহরণ :
আজি মহাবিদ্যালয়ৰ প্রাংগনত মই এটা ঘড়ী পালো
অর্থ : ভেটা-ভেটি হোৱা বা সাক্ষাৎ হোৱা
উদাহরণ :
আজি মই ্ শর্মাৰ ঘৰলৈ গৈছিলো, কিন্তু তেওঁক ্ লগ নাপালো
সমার্থক : ভেটা-ভেটি হোৱা, মুখা-মুখি হোৱা, লগ পোৱা, সাক্ষাৎ লাভ কৰা
অর্থ : এঠাইৰ পৰা আন ঠাইত উপস্থিত হোৱা:সি বজাৰৰ পৰা আহিল ্ তেওঁ ্ এইমাত্র উপস্থিত হʼল
উদাহরণ :
সমার্থক : অহা, আগমন কৰা, উপস্থিত হোৱা
অর্থ : কোনো এক অৱস্থাৰ পৰা অন্য কোনো এক অৱস্থাত উপনীত হোৱা কার্য
উদাহরণ :
ৰহীম খুৰা মৃত্যুৰ দুৱাৰদলিত আহি পাইছেহি
সমার্থক : উপনীত হোৱা
অর্থ : কোনো বিষয়ত কাৰোবাৰ সমান সমান কৰা
উদাহরণ :
মোৰ দেউতাই মোক পঢ়াই-শুনাই ইয়ালৈকে পোৱালেহি
অর্থ : চাৰিভাগৰ এক অংশ
উদাহরণ :
তেওঁ ্দোকানৰ পৰা এক পোৱা ঘিঁউ কিনিলে
অর্থ : নিৰ্দিষ্ট স্থানত উপনীত কৰা
উদাহরণ :
পোৱা সামগ্ৰীখিনিৰ তালিকা কʼত আছে