সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : উৰিব পৰা বা বগাই যাব পৰা সৰু প্রাণী
উদাহরণ : কিছুমান পোক মানুহৰ কাৰণে বৰ উপকাৰী
সমার্থক : কীট, কীট-পতংগ, পতংগ, পতঙ্গ, পোক-পতংগ
অর্থ : শস্যৰ ক্ষতিসাধন কৰা খেতিত লগা এবিধ পোক
উদাহরণ : খেতিয়কে কৃষি-কীটৰ পৰা বাছিবৰ কাৰণে খেতিত ঔষধ ছটিয়াই
সমার্থক : কৃষি-কীট
ইনস্টল