অর্থ : কোনো বস্তু জ্বলাবৰ কাৰণে জুইত পেলাই দিয়া
উদাহরণ :
আহাৰ তৈয়াৰ কৰাৰ সময়ত সীতাই বাৰে-বাৰে ভুচি আদি চৌকাটোত ভৰাই আছিল
সমার্থক : দলিওৱা, নিক্ষেপ কৰা, ভৰোৱা
অর্থ : কোনো বস্তু তললৈ পেলোৱা কার্য
উদাহরণ :
লʼৰাটোৱে গাখীৰখিনি
অর্থ : অসাৱধানতা বা ভুলবশতঃ কোনো বস্তু কʼৰবাত এৰা বা পেলাই দিয়া
উদাহরণ :
কʼব নোৱাৰো ৰমেশে কʼতনো চাৰিশ টকা পেলাই দিলে
সমার্থক : পেলোৱা