অর্থ : কাৰোবাৰ পূর্বৰ ্বা বহুদিন ধৰি আগবঢ়োৱা সেৱাৰ বাবে তেওঁ ্বা তেওঁৰ পৰিয়ালে লাভ কৰা মাহেকীয়া বা বার্ষিক ভাট্টা
উদাহরণ :
তেওঁ দহ ্হাজাৰ টকা পেন্সন পায়
অর্থ : যাৰ কাৰণে পেন্সন পোৱা যায় বা লাভ কৰে
উদাহরণ :
সকলো কৰ্মচাৰীয়ে পেন্সনৰ সুবিধা লাভ নকৰে
অর্থ : পেন্সন সম্বন্ধীয়
উদাহরণ :
তেওঁ নিজৰ পেন্সনৰ ধন লʼবলৈ বেংকলৈ গৈছে