অর্থ : পূর্বৰ ্কোনো ঘটনা বা পৰিস্থিতি যাৰ আগত বা সন্মুখত কোনো বিশেষ কথা বা ঘটনা থাকে আৰু যাৰ লগত মিলালে সেই কথা বা ঘটনাৰ ৰূপ স্পষ্ট হয়
উদাহরণ :
এই ঘটনাৰ পৃষ্ঠভূমিও কʼব, তেতিয়াহে আমি কিবা বুজিব পাৰিম
অর্থ : কোনো বস্তুৰ পৃষ্ঠত বা পিছফালে থকা ভূমি বা তল
উদাহরণ :
এই চিত্রখনৰ সেউজীয়া পৃষ্ঠভূমিখনবৰ মনোমোহা হৈছে
সমার্থক : পৃষ্ঠ-ভূমি
অর্থ : কোনো ব্যক্তিৰ পূর্বৰ অনুভৱ, শিক্ষা আদি
উদাহরণ :
এই কামৰ বাবে আপোনাৰ পৃষ্ঠভূমি বৰ মজবুত
অর্থ : অংকিত দৃশ্য, ঘটনা আদিৰ এক আশ্রয় বা আধাৰ
উদাহরণ :
এই চিনেমাখন পাৰিবাৰিক পটভূমিত বনোৱা হৈছে
সমার্থক : পটভূমি, পৃষ্ঠ-ভূমি
অর্থ : মূর্তি অথবা ছবিৰ সকলোতকৈ পিছত থকা অংশ যি অংকিত দৃশ্যৰ ঘটনাৰাজি বোধ্যগম্য হোৱাত সহায়ক হয়
উদাহরণ :
এই চিত্রখনৰ পৃষ্ঠভূমি অতি সুন্দৰ হৈছে
সমার্থক : পশ্চাদপট