অর্থ : পূজা কৰা
উদাহরণ :
শাওনত ভগৱান শিৱক খুব পূজা কৰা হয়
অর্থ : আৰাধনা বা উপাসনা কৰা
উদাহরণ :
গাঁৱৰ লোকসকলে নৱৰাত্রিত সময়ত গোটেই ৰাতি দেৱীৰ পূজা কৰে
অর্থ : ভক্তি অথবা শ্রদ্ধাৰে সৈতে কাৰোবাৰ সেৱা কৰা
উদাহরণ :
মই নিজ গুৰুক পূজা কৰোঁ
অর্থ : দেৱ-দেৱীক প্রসন্ন কৰিবলৈ শ্রদ্ধা, সন্মান, বিনয় আদি প্রকাশ কৰা:সন্তসকলে সদায় ভগৱানক পূজা কৰে
উদাহরণ :
সমার্থক : অর্চ্্না কৰা, আৰাধনা কৰা, উপাসনা কৰা