সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ঘোঁৰা গাড়ী আদিত ভৰি দিবৰ কাৰণে প্রস্তুত কৰা স্থান
উদাহরণ : তেওঁ ্ঘোঁৰাগাড়ীত ভৰি ৰাখিবৰ কাৰণে পাৱদানীত ভৰি থʼলে
অর্থ : ভৰি থʼব পৰা আসন
উদাহরণ : শ্যামাই আৰাম দিবৰ কাৰণে ভৰিদুখন পাওদানীত ৰাখিছে
সমার্থক : পাওদানী
অর্থ : ভৰি থোৱা কোনো বস্তু বা স্থান
উদাহরণ : পাওদানীৰ সুবিধা হোৱাৰ কাৰণে ভৰি দুখনে আৰাম পায়
ইনস্টল