সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ভুলতে কোনো বস্তু কʼৰবাত এৰি অহা
উদাহরণ : মই আজি কার্যালয়ৰ চাবিপাত ঘৰতে পাহৰিলোঁ
সমার্থক : এৰিল অহা, পাহৰি অহা
অর্থ : যিটো পাহৰি যোৱা হৈছে বা মনত নাই
উদাহরণ : মই এই কবিতাটোৰ পাহৰা পংক্তিবোৰক মনত পেলাবলৈ চেষ্টা কৰি আছোঁ
সমার্থক : বিস্মৃত
ইনস্টল