সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : এটা প্রাচীন ভাৰতীয় ভাষা
উদাহরণ : বৌদ্ধসকলৰ ধর্মগ্রন্থখন ্পালিত লিখা
সমার্থক : পালি ভাষা
অর্থ : এবাৰত খোৱা ঔষধৰ এক জোখ
উদাহরণ : দুপালি ঔষধ খোৱা স্বত্বেও জ্বৰ কমা নাই
সমার্থক : ডʼজ, ডোজ, মাত্রা
অর্থ : যিজন কোনো কাম কৰিবৰ কাৰণে সহায়ক স্বৰূপ হয়
উদাহরণ : সহযোগীৰ অবিহনে এই কামটো সম্পূর্ণ নহʼব
সমার্থক : উপসহায়ক, সহযোগী, সহায়ক
ইনস্টল