সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : খোৱা আহাৰ পেটলৈ গৈ শৰীৰত প্রয়োজন হোৱা পদার্থৰ ৰূপত পৰি্ৱর্তন ্হোৱা প্রক্রিয়া
উদাহরণ : আহাৰ ভালদৰে হজম নোহোৱাৰ কাৰণে কোষ্ঠবদ্ধতা ৰোগ হয়
সমার্থক : পাচন ক্রিয়া, হজম
অর্থ : ঔষধ আদি পানীত সিজাই তৈয়াৰ কৰা ৰস
উদাহরণ : বৈদ্যই ৰোগীক সদায় তুলসী পাতৰ ক্বাথ খাবলৈ কৈছে
সমার্থক : কোৱাথ, ক্বাথ
ইনস্টল