অর্থ : বেমাৰী পশুৰ চিকিৎসা কৰা কার্য
উদাহরণ :
এই গাঁওখনৰ লোকে পশু-চিকিৎসাৰ কাৰণে নিজৰ পোহনীয়া পশুবোৰলৈ চহৰলৈ যাবলগীয়া হয়
সমার্থক : পশুচিকিৎসা
অর্থ : পশু-চিকিৎসাৰ বা পশু-চিকিৎসা সম্বন্ধীয়
উদাহরণ :
পশু-চিকিৎসা বিষয়াই গাওঁ্বাসীক কিছুমান নতুন পশু ৰোগৰ পৰা পশুবোৰক বচোৱাৰ উপায় দিলে
সমার্থক : পশু-চিকিৎসকীয়