অর্থ : গছৰ পাতেৰে সজা জুপুৰী বা পঁ্জা
উদাহরণ :
প্রাচীন কালত মুনি, তপস্বী আদিয়ে বনত পর্ণকুটীৰ সাজি বাস কৰিছিল
সমার্থক : ্পর্ণ্্শালা
অর্থ : ঘাঁহ-খেৰ আদিৰে সজা সৰু ঘৰ
উদাহরণ :
ৰামে গাঁৱৰ বাহিৰত থাকিবৰ কাৰণে এটা পঁ্জা সাজিলে
সমার্থক : কুটীৰ, খুপৰি, খেৰীঘৰ, জুপুৰী, টোকোৰা পঁ্জা, পঁ্জা, বহা, ্পর্ণ্্শালা