সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিয়ে পথ ভুল কৰিছে
উদাহরণ : শ্যামে বিপথগামী লোকক পথ দেখুৱাই আছে
সমার্থক : পথচ্যুত, পথহাৰা, বিপথগামী, বিপথচাৰী
অর্থ : সঠিক দিশ বা পথৰ পৰা আঁতৰি অহা
উদাহরণ : আজিৰ পথভ্রষ্ট সমাজক সঠিক পথ দেখুওৱাটো জৰুৰী হৈ পৰিছে
সমার্থক : পতিত, ভ্রষ্ট
ইনস্টল