সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি পল্লৱ বা পাত ৰহিত
উদাহরণ : শীতকালত প্রায়বোৰ গছেই পাতহীন হৈ পৰে
সমার্থক : পাতহীন, ্পর্ণৰহিত
অর্থ : যাৰ পাত সৰি গৈছে
উদাহরণ : শৰৎকালত বেছিভাগ গছৰ পাতসৰা দেখিবলৈ পোৱা যায়
সমার্থক : নিপাত, নিষ্পত্র, পাতসৰা
ইনস্টল