সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : খোজকাঢ়োতে মাটি ্ স্পর্শ ্ কৰা ভৰিৰ একেবাৰে তলৰফালে থকা অংশ
উদাহরণ : তেওঁৰ ভৰিৰ পতাত কিহবাই বিন্ধিলে
সমার্থক : চৰণতল, পদতল, পাদতল, পাদমূল, ভৰিৰ তলুৱা, ভৰিৰ পতা
অর্থ : চকুৰ ওপৰৰ ছালৰ আচ্ছাদন যি নামি আহিলে চকু জাপ খাই যায়
উদাহরণ : কেচুৱাটোৱে বাৰে-বাৰে চকুৰ পতা মাৰি আছে
সমার্থক : চকুৰ পতা, নেত্রপল্লৱ
অর্থ : অনুকূল হোৱা
উদাহরণ : আৰে ! সেই ছোৱালীজনী পতি গʼল
ইনস্টল