অর্থ : লেখা বা লিখিত শ্্ব্দৰ উচ্চাৰণ কৰা কার্যএ
উদাহরণ :
মোহিতে দেউতাকৰ পত্র পঢ়ি আছে
অর্থ : কাৰোবাক শুনাবৰ কাৰণে বা স্মৰণশক্তিৰে বা কিতাপ আদিৰ পৰা মন্ত্র, কবিতা আদি কোৱা
উদাহরণ :
জাহ্নৱীয়ে আদি শংকৰাচার্যৰ ভজগোবিন্দম স্বামীজীৰ আগত পঢ়িলে
অর্থ : কিতাপ বা ৰচনা আদিত লিখিত কথাৰ জ্ঞান লাভ কৰিবলৈ তাক চকু ফুৰোৱা কার্য
উদাহরণ :
আমি ভ্রমণ কৰা সময়ত কাকত-আলোচনী পঢ়ো
অর্থ : শিক্ষা বা জ্ঞান লাভৰ কাৰণে গ্রন্থ আদি বহুবাৰ পঢ়া কার্য
উদাহরণ :
পৰীক্ষাৰ আগত তেওঁ সকলো বিষয় ভালদৰে পঢ়িছে
সমার্থক : অধ্যয়ন কৰা