সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো পঞ্জী, তালিকা আদিত নাম লিখোৱা কার্য
উদাহরণ : এগৰাকী নার্চে চিকিৎসালয়ত নৱজাতকৰ পঞ্জীয়ন কৰি আছে
সমার্থক : নামাংকন, পঞ্জীকৰণ, পঞ্জীয়ন
অর্থ : কোনো চেক আদিত হস্তাক্ষৰ কৰা বা তাৰ পিছফালে বেংক আদিত মোহৰ লগোৱা কার্য
উদাহরণ : স্বাক্ষৰ কৰিলেহে চেকৰ মূল্য থাকে
সমার্থক : চহী, নামাংকন, স্বাক্ষৰ
ইনস্টল