সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : খ্যাত হোৱা অৱস্থা বা ভাব
উদাহরণ : শচীন তেণ্ডুলকাৰে ক্রিকেটৰ জৰিয়তে খ্যাতি আৰু ধন দুয়োটাই অর্জন কৰিছে
সমার্থক : কীর্তি, খ্যাতি, গুণ-গৰিমা, গুণ-যশ, নাম-যশ, প্রতিষ্ঠা, প্রসিদ্ধি, যশ, যশস্যা, সুখ্যাতি, সুনাম, সুবাদ, সুযশ
অর্থ : যি শ্্ব্দৰ দ্বাৰা কোনো বস্তু বা ব্যক্তি আদিৰ বোধ জন্মে বা যি শ্্ব্দৰে কাৰোবাক মতা হয়
উদাহরণ : আমাৰ আচার্যদেৱৰ নাম শ্রীপুষ্পক ভট্টাচার্য
সমার্থক : সংজ্ঞা
ইনস্টল