অর্থ : কোনো ঘৰ আদিৰ ভঙা-চিঙা অথবা হালি পৰা অংশ
উদাহরণ :
এইটো মোগলযুগৰ কিল্লাৰ ভগ্নাৱশেষ
সমার্থক : ভগ্নাৱশেষ
অর্থ : অট্টালিকা বা প্রাসাদ (প্রাচীন স্থাপত্যৰ নি্দর্শনৰ) আদিৰ ভাঙি-চিঙি ৰৈ যোৱা টুকুৰা
উদাহরণ :
ধ্বংসাৱশেষৰ পৰা দুটা মৰাশ উদ্ধাৰ কৰা হৈছে