অর্থ : ধোৱা কাম
উদাহরণ :
গীতাই কাপোৰ ধুই আছে
অর্থ : ধোৱা কাম
উদাহরণ :
শ্রমিকবোৰে ইটাবোৰ ধোৱা কাম কৰি আছে
অর্থ : কাপোৰ চফা কৰা কার্য
উদাহরণ :
শীলাই কাপোৰ ধুই আছে
অর্থ : পানী, চাবোন আদিৰে কাপোৰ আদি চফা কৰা কার্য
উদাহরণ :
এচামোচ পাউদাৰেৰে ইমান সোপা কাপোৰ ধোৱা হʼল
অর্থ : পানী, চাবোন আদিৰে চফা কৰা বা ধোৱা
উদাহরণ :
আজিকালি মেচিনত কাপোৰ ধোৱা হয়
অর্থ : পানী বা কোনো তৰল পদার্থৰ ্ সহায়ত কোনো বস্তুৰ পৰা ময়লা, ধূলি আদি ্ আঁতৰোৱা কার্য
উদাহরণ :
শ্যামাই সাধুজনৰ ভৰি ধুই দিছে
সমার্থক : ধুই দিয়া, পখালা, পখালি দিয়া
অর্থ : বাচন-বর্তন, ্কাপোৰ আদি পানীত ধোৱা
উদাহরণ :
তেওঁ ্কাপোৰখন ধুলে আৰু শুকাবৰ কাৰণে ৰʼদত মেলি দিলে
সমার্থক : ধোৱা-পখলা কৰা, প্রক্ষালন কৰা