অর্থ : ধোঁৱা বৰণৰ
উদাহরণ :
কুঁৱলীৰ কাৰণে সকলো ধূসৰ দেখা গৈছে
অর্থ : ধূলি লগা বা ধূলি সনা
উদাহরণ :
খেতিয়কজনে ধূলিধূসৰিত ধুতিখন পিন্ধি আছে
সমার্থক : ধূলি ধূসৰ, ধূলিধূসৰিত
অর্থ : ধূলিৰে ভৰি থকা
উদাহরণ :
ধুমুহা অহাৰ লগে লগেই গোটেই পৰিৱেশ ধূলিময় হৈ পৰিল
সমার্থক : ধূলিধূসৰিত, ধূলিময়, ধূসৰিত