অর্থ : শিশুৰ চোৱাচিতা কৰা দাসী
উদাহরণ :
কাম-কাজত ব্যস্ত মহিলাসকলে নিজৰ শিশুৰ কাৰণে ধাই ৰাখে
অর্থ : কেঁচুৱা জন্ম দিয়াত সহায়তা কৰা স্ত্রী
উদাহরণ :
আজিকালি ্গাঁৱৰ ধাইসকলকো চৰকাৰী প্রশিক্ষণ দিয়া হয়
সমার্থক : ধাই মাতৃ
অর্থ : প্রসূতিৰ যতন আৰু সেৱা-শুশ্রূষা কৰা কৰা স্ত্রী
উদাহরণ :
চিকিৎসকে প্রসূতিৰ চোৱা-চিতাৰ কাৰণে এগৰাকী ধাই নিযুক্ত কৰিলে
সমার্থক : ধাত্রী