সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : পৰলোক, ঈশ্বৰ আদিৰ সম্বন্ধীয় এক বিশেষ বিশ্বাস আৰু উপাসনাৰ বিশেষ প্রণালী
উদাহরণ : হিন্দুধর্মৰ সকলোতকৈ ডাঙৰ বিশেষত্ব হʼল যে ই সকলো ধর্মৰ প্রতি সহনশীল
সমার্থক : ধর্ম্ম, ধৰম
অর্থ : সদায় আচৰণ কৰি লাভ কৰা এক ব্যৱহাৰিক নিয়ম:তেওঁ পুৱা সদায় সোনকালে উঠা অভ্যাস
উদাহরণ :
সমার্থক : অভ্যাস, আত্মভাব, গুণ, চৰিত্র, ধাত, প্রকৃতি, প্রবণতা, প্রবৃতি, প্রবৃত্তি, স্বভাৱ, স্বৰূপ
অর্থ : যি ্ কর্মৰদ্ব্াৰা মন সন্তোষিত হয় বা স্বর্গল্াভ হʼব বুলি বিশ্বাস কৰা যায়
উদাহরণ : দুখীয়ালোকৰ সেৱা কৰাই সকলোতকৈ ডাঙৰ ধর্ম
সমার্থক : ধর্মকর্ম, ধৰম, পুণ্য, পুণ্যকর্ম
অর্থ : সেই সমাজ বা সমূদায় যি দৈৱিক শক্তিত নিজৰ বিশ্বাস দর্শাই বা যি দৈৱিক শক্তিত বিশ্বাস ৰাখে
উদাহরণ : মুহম্মদ চাহেবে মুছলিম ্ধর্মৰ প্রতিষ্ঠা কৰিছিল
সমার্থক : ধৰম
অর্থ : কোনো জাতি, ্বর্গ, পদ আদিৰ কাৰণে নিশ্চিত কৰি থোৱা কার্য ্বা আচৰণ
উদাহরণ : প্রজাৰ ৰক্ষা কৰাই ৰজাৰ প্রকৃত ধর্ম
সমার্থক : কর্তব্য, ধৰম
ইনস্টল