অর্থ : নিজক কৰা উপকাৰ মানি লোৱা লোক
উদাহরণ :
আপুনি মোক জেললৈ যোৱাৰ পৰা ৰক্ষা কৰা কাৰণে মই আপোনাৰ ওচৰত কৃতজ্ঞ
সমার্থক : কৃতজ্ঞ, কৃতজ্ঞতাবদ্ধ, কৃতার্থ, বাধিত
অর্থ : কাৰোবাৰ কৃপা বা উপকাৰেৰে সন্তুষ্ট
উদাহরণ :
আপুনি এই চাকৰিটো দি মোক কৃতার্থ কৰিলে
সমার্থক : কৃতকৃত্য, কৃতজ্ঞতাবদ্ধ, কৃতার্থ, বাধিত
অর্থ : যি নিজৰ কাম হৈ যোৱাৰ বাবে প্রসন্ন আৰু সন্তুষ্ট হয়
উদাহরণ :
ভগৱানৰ কৃপাত এতিয়া মোৰ জীৱন কৃতার্থ হʼল
সমার্থক : কৃতার্থ