অর্থ : বল বা শক্তিহীন
উদাহরণ :
দুর্বল ব্যক্তিৰ ওপৰত অত্যাচাৰ কৰিব নালাগে
সমার্থক : কাহিল, প্রাণশক্তিহীন, বলহীন, শক্তিহীন
অর্থ : কোনো গুণ, যোগ্যতা, কৌশল আদিত কম
উদাহরণ :
তেওঁ গণিতত ্দুর্বল ্ছাত্রসকলক পঢ়াই আছে