অর্থ : যি কথা বা কাম অৱশ্যেই পালন কৰিলগীয়া:দেশৰ প্রতি সেৱা আগবঢ়োৱাটো আমাৰ সকলোৰে পৱিত্র ্ কর্তব্য
উদাহরণ :
সমার্থক : কর্তব্য
অর্থ : কোনো কাম,কথা বা বিষয়ৰ বাবে লোৱা কর্তব্যভাৰ
উদাহরণ :
এই কামটো কৰাৰ দায়িত্ব কোনে লʼব?
সমার্থক : উত্তৰ-দায়িত্ব, গাৰেন্টী, দায়িত্বভাৰ